Read Online in Assamese
Table of Content
সূচীপত্র
Basic Information
Kidney Failure
Other Major Kidney Diseases

ডাঃ প্ৰণামিতা কলিতা, ডাঃ ৰমেন বৈশ্য আৰু ডাঃ সণ্জয় পান্ড্যাৰ দ্বাৰা ৰচিত "আপোনাৰ বৃক্কদ্বয় সুৰক্ষিত কৰি ৰাখক" কিতাপখনৰ বিনা শুল্ক অধ্যয়ন

English
  • সহজেই পঠনীয় বৃক্ক ৰোগৰ নবীনতম ব্যৱহাৰিক তথ্যৱলী প্ৰদান কৰাৰ লক্ষ্য
  • বৃক্কদ্বয় সুস্থ তথা নিৰাপদ কৰি ৰাখিবলৈ সকলোৱে জানিবলগীয়া সাধাৰণ নিয়মাৱলী
  • বৃক্ক ৰোগসমুহৰ বাবে সতৰ্ক হবলগীয়া লক্ষণসমুহ কেনেকৈ বুজি পাব আৰু প্ৰাথমিক পৰ্য্যায়তে এই ৰোগ কেনেকৈ নিৰ্ণয় কৰিব তাৰ ওপৰত সাধাৰণ পৰামৰ্শৱলী
  • পুৰণী বৃক্ক ৰোগত আক্ৰান্ত এজন ব্যক্তিৰ বাবে ব্যৱহাৰিক তথা বৃস্তিত চিকিৎসা পৰামৰ্শ যিয়ে ডায়েলাইচিছত বিলম্ব কৰিব পাৰে আৰু ইয়াৰ প্ৰয়োজনীয়তা সমুলি পৰিহাৰ কৰিব পাৰে
  • বৃক্ক বিকল ৰোগীৰ খাদ্য সম্পৰ্কে বিশদ আলোচনা
Download 200+ paged book “Save Your Kidneys” for Free in Assamese language

GLOBAL ACADEMIC
RECOGNITION

Recognized and endorsed by leading global organizations and prestigious publications.